মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ জুবিন গাৰ্গৰ আৰ্থিক বৰঙণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 16 June 2021

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ জুবিন গাৰ্গৰ আৰ্থিক বৰঙণি

 

#covid-19#donation#cm fund#zubeen garg




W7s, News, ষ্টাফৰিপোৰ্টাৰ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে ক’ভিড-১৯ টিকাকৰণ অভিযান শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আৰ্থিক বৰঙণি আগবঢ়াইছে।

বৃন্দাবন ছুপাৰমাৰ্টৰ প্ৰতিনিধিসকলৰ সৈতে জুবিন গাৰ্গে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ আৰ্থিক বৰঙনি আগবঢ়ায়।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক জুবিন গাৰ্গে ১ লাখ টকাৰ চেক প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ এই পদক্ষেপৰ শলাগ লয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here