ভাৰতীয় ষ্টেট বেংকৰ বিশেষ পদক্ষেপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 22 May 2021

ভাৰতীয় ষ্টেট বেংকৰ বিশেষ পদক্ষেপ

 





W7s, News ষ্টাফৰিপোৰ্টাৰ :  ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূব চক্ৰ আৰু এছ বি আই ফাউণ্ডেশ্যনে যুটীয়াভাৱে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ আগবঢ়ালে ১২০ খন আই চি  ইউ বিচনা।

ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূব চক্ৰৰ মুখ্য মহাপ্ৰৱন্ধক আৰ এছ ৰমেশে আই চি ইউ বিচনাৰ অনুমোদন পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মাই। ভাৰতীয় ষ্টেট বেংকৰ এই পদক্ষেপে ক'ভিড চিকিৎসা সেৱা অধিক শক্তিশালী কৰিব বুলি মন্তব্য  কৰে মুখ্যমন্ত্ৰীয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here