অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 11 May 2021

অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ।

 


#cabinet meeting#assam govt.

নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুযায়ী ১লাখ নিবনুৱাক নিযুক্তি দিয়া হ'ব।


আৰু কি কি সিদ্ধান্ত ল'লে কেবিনেটে?


W7S, NEWS,ষ্টাফৰিপোৰ্টাৰ : জনতা ভৱনত মঙলবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।বৈঠকত অসমৰ ক'ভিড পৰিস্থিতিৰ বাবে লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।


অসম চৰকাৰৰ কেবিনেট বৈঠক প্ৰতি সপ্তাহতে বুধবাৰে ১১বজাৰ পৰা ১বজালৈ অনুষ্ঠিত হ'ব।মন্ত্ৰী কেশৱ মহন্ত, পীয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই সংবাদমেলযোগে বৈঠকৰ কথাবোৰ ৰাইজক জনাব।


কেবিনেটত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত?


১)নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুযায়ী ১লাখ নিবনুৱাক নিযুক্তি দিয়া হ'ব।

২)ক'ভিডৰ নতুন নীতি-নিয়ম কাইলৈ ১১ বজাত মুখ্য সচিব আৰু ডিজিপিয়ে ৰাইজক অৱগত কৰিব। 

৩)প্ৰত্যেকজন মন্ত্ৰীক ২ বা ৩খন জিলা ক'ভিড পৰ্যালোচনাৰ দায়িত্ব দিয়া হ'ব।

৪)অসম চৰকাৰৰ কেবিনেট বৈঠক প্ৰতি সপ্তাহতে বুধবাৰে ১১বজাৰ পৰা ১বজালৈ অনুষ্ঠিত হ'ব।

৫)ৰাজ্যৰ নিবনুৱাক নিযুক্তি দিয়া সন্দৰ্ভত এখন সমিতি  গঠন কৰা হৈছে।সমিতিৰ মুখ্য দায়িত্বত থাকিব বিত্ত মন্ত্ৰী অজন্তা নেওগ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here