"সাউদৰ পুতেকে নাও মেলি গ'লগৈ".অজান দেশলৈ.. - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 11 May 2021

"সাউদৰ পুতেকে নাও মেলি গ'লগৈ".অজান দেশলৈ..


বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যু


#homen borgohain#gnrc dispur#post covid#death



W7S, NEWS,ষ্টাফৰিপোৰ্টাৰ :

বিশিষ্ট সাহিত্যিক, সাংবাদিক, গল্পকাৰ হোমেন বৰগোহাঞিৰ বুধবাৰে পুৱা মৃত্যু হয়।

কিছুদিন পূৰ্বে ক'ভিডৰ পৰা সুস্থ হৈ তেওঁ ঘৰলৈ আহিছিল। বুধবাৰে পুৱা ৬:৫৮ বজাত জি এন আৰ চি দিছ্পুৰত তেওঁ শেষনিশ্বাস ত্যাগ কৰে। তেওঁক পুৱা ৬.২০ বজাত পোষ্ট ক'ভিড জটিলতাৰ বাবে জি এন আৰ চি দিছ্পুৰত ভৰ্তি কৰোৱা হৈছিল।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।বিভিন্ন দল সংগঠনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here