মহানগৰীত তিনিটা ৱাৰ্ডৰ কন্টেইমেন্ট জ’ন প্ৰত্যাহাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 16 May 2021

মহানগৰীত তিনিটা ৱাৰ্ডৰ কন্টেইমেন্ট জ’ন প্ৰত্যাহাৰ

 


 


#contenmentzone# covid-19# guwahati#dc


W7s, News, নিউজ ডেস্ক : ক'ৰোনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপাযুক্ত বিশ্বজিত পেগুই সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত তেওঁ কয় ' 

কন্টেইমেন্ট জ’ন ঘোষণা কৰা মহানগৰীৰ তিনিটা ৱাৰ্ডত কমিছে কোভিড সংক্ৰমন ।

৮,১৬ আৰু ২৮ ৱাৰ্ডৰ কন্টেইমেন্ট জ’ন প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে । সোমাবাৰে পুৱা ৫ বজাৰ পৰা প্ৰত্যাহাৰ হ'ব কন্টেইনমেণ্ট জ'ন। যদি কোনো লোকৰ স্বাস্থ্য বেয়া হয় তেতিয়া শীঘ্ৰে  ক'ভিড পৰীক্ষা কৰা উচিত।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here