মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাকলৈ শিক্ষামন্ত্রীৰ ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 16 May 2021

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাকলৈ শিক্ষামন্ত্রীৰ ঘোষণা

 



#exam#hslc#hs#assam


W7s, News, ষ্টাফৰিপোৰ্টাৰ : ক'ভিড পৰিস্থিতি উন্নত হ'লে ১০-১২ দিনত পৰীক্ষা পাতিব পৰাকৈ সাজু শিক্ষা বিভাগ, এই ঘোষণা শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৰ। প্ৰয়োজন সাপেক্ষে তিনিটা বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়াৰ প্ৰস্তাব দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here