ৰাজ্যত নহয় লকডাউন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 24 May 2021

ৰাজ্যত নহয় লকডাউন

 




W7s News,ষ্টাফৰিপোৰ্টাৰ :ৰাজ্যত নহয় লকডাউন।

ৰাজ্যত ৫ জুনলৈকে বৃদ্ধি হ'ব কাৰ্ফিউ।  গ্ৰামাঞ্চলত এতিয়াৰে পৰা ২ বজাতে হ'ব কাৰ্ফিউ। চহৰত দিনৰ ১২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here