তামুলপুৰৰ ইউ পি পি এল ৰ বিধায়ক লেহোৰাম বড়োৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 29 May 2021

তামুলপুৰৰ ইউ পি পি এল ৰ বিধায়ক লেহোৰাম বড়োৰ মৃত্যু

 



#mla# lehuram boro#death#covid-19#gmch


W7s, News,ষ্টাফৰিপোৰ্টাৰ : 

তামুলপুৰৰ ইউ পি পি এল ৰ বিধায়ক লেহোৰাম বড়োৰ শনিবাৰে পুৱা মৃত্যু হয়।

ক’ভিডত আক্ৰান্ত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ আছিল বড়ো। মঙলবাৰে নিশা  ষ্ট্ৰোক হৈছিল বিধায়ক লেহোৰাম বড়োৰ।

তামুলপুৰ সমষ্টিৰ বিধায়ক লেহোৰাম বড়োৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ কৰিছে।

শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু অশোক সিংঘালক অন্তোষ্টিক্ৰিয়াত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ হৈ শেষ শ্ৰদ্ধা জনাবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে প্ৰয়াত বিধায়কগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here