মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 29 May 2021

মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি ঘোষণা

 



W7s, News, নিউজ ডেস্ক : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ক'ভিড মহামাৰীত অনাথ হোৱা শিশু, কিশোৰী, যুৱতী তথা ছাত্ৰ-

ছাত্ৰীৰ কল্যাণৰ বাবে "মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি" নামেৰে এখন অভিলেখী আঁচনি ঘোষণা কৰে।

ক'ভিড মহামাৰীত পিতৃ মাতৃহাৰা শিশুৰ বাবে মাহিলী ৩,৫০০ টকা প্ৰদান।

দহ বছৰৰ তলৰ অভিভাৱকহীন শিশু তথা কিশোৰক  চৰকাৰী শিশু সেৱা গৃহত ৰখাৰ ব্যৱস্থা।

পিতৃ মাতৃহাৰা বা অভিভাৱক নথকা কিশোৰীক আবাসিক বিদ্যালয়ত চৰকাৰী খৰচত শিক্ষা প্ৰদান। বিদ্যালয় , মহাবিদ্যালয় আৰু বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি থকা পিতৃ মাতৃহাৰা ছাত্ৰ-ছাত্ৰীক লেপটপ/টেবলেট আৰু দক্ষতা বিকাশৰ শিক্ষা প্ৰদান।

অনাথ যুৱতীৰ বিবাহৰ বাবে "অৰুন্ধতী"স্বৰ্ণ আঁচনিৰ বাহিৰেও অতিৰিক্ত ৫০,০০০ হাজাৰ টকা প্ৰদান কৰা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here