শনিবাৰে ঘোষণা কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 7 May 2021

শনিবাৰে ঘোষণা কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰী

 #new


cm#assam#new delhi#saturday




W7S, NEWS, নিউজ ডেস্ক : কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? কাইলৈ যেন সকলো উৎকন্ঠাৰ অন্ত পৰিব। কাইলৈ নতুন দিল্লীত হ'ব ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ নাম। সৰ্বানন্দ সোনোৱাল আৰু ড০ হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ জৰুৰী ভাৱে তলব বি জে পিৰ কেন্দ্রীয় নেতৃত্বৰ।কাইলৈ দিনৰ ১০:৩০ বজাত গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাদ্দাৰে বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকৰ পাছতে মুখ্য মন্ত্ৰীৰ নাম ঘোষণাৰ সম্ভাৱনা আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here