ভাৰতত আহিব ক'ভিডৰ তৃতীয়টো ঢৌ, সতৰ্ক কৰি দিলে বৈজ্ঞানিকে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 6 May 2021

ভাৰতত আহিব ক'ভিডৰ তৃতীয়টো ঢৌ, সতৰ্ক কৰি দিলে বৈজ্ঞানিকে

 




#covid-19#india


W7S, NEWS, নিউজ ডেস্ক : দেশত আহিব ক'ভিডৰ তৃতীয়টো ঢৌ, সতৰ্ক কৰি দিলে বৈজ্ঞানিকে।

ক'ভিড মহামাৰীৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশত ত্ৰাসৰ সৃষ্টি কৰিছে। ক'ভিডৰ প্ৰথম ঢৌতকৈ দ্বিতীয় ঢৌ অধিক শক্তিশালী বুলি জানিব পৰা গৈছে। ইয়াৰ মাজতে দেশৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা ড° কে বিজয় ৰাঘৱনে কয় ' দেশত আহিব কৰ'ণা মহামাৰীৰ তৃতীয় ঢৌ। বুধবাৰে নতুন দিল্লীত এই কথা ঘোষণা কৰি তেওঁ কয় ক’ভিডৰ তৃতীয়টো ঢৌ অহা নিশ্চিত । কিন্তু কেতিয়া আহিব বা কিমান শক্তিশালী হ’ব সেয়া ক’ব পৰা নাযায়।

ভাৰত আৰু সমগ্ৰ বিশ্বত বৈজ্ঞানিক সকলে এই সন্দদৰ্ভ গৱেষণা তীব্ৰতৰ কৰি তোলা হৈছে বুলি জনায় বৈজ্ঞানিক গৰাকীয়ে।

লগতে তেওঁ কয় যে দেশৰ ১২ খন ৰাজ্যৰ প্ৰতিখনতেই ১ লাখতকৈ অধিক সক্ৰিয় ক'ভিড ৰোগী আছে। ৭খনত ৭০ ৰ পৰা ১ লাখৰ ভিতৰত আছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here