অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰা ক'ভিডত আক্ৰান্ত - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 26 May 2021

demo-image

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰা ক'ভিডত আক্ৰান্ত

Responsive Ads Here

 

FB_IMG_1622034619268



W7s, News ষ্টাফৰিপোৰ্টাৰ : প্ৰথিতযশা কথাশিল্পী, 'গঙা চিলনীৰ পাখি', 'পাতাল ভৈৰবী', 'সখা দামোদৰ'ৰ লগতে মহাপুৰুষ দুজনা আৰু পৰৱৰ্তী সময়ৰ বৈষ্ণৱ কৃতী পুৰুষ আউনিআটি সত্ৰৰ চলাজনা অধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ জীৱন ভিত্তিক উপন্যাসৰ দৰে অসংখ্য অবিস্মৰণীয় গদ্যৰ স্ৰষ্টা, 'গৰীয়সী'ৰ সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰা ক'ভিড মহামাৰীত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে। অসাধাৰণ সৃষ্টি প্ৰতিভাৰ অধিকাৰী নমস্য ব্যক্তি গৰাকীৰ আৰোগ্য কামনা কৰিছে তেওঁৰ শুভাকাংক্ষী সকলে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *