মাদাৰ বৃদ্ধাবাসত আন্তৰ্জাতিক মাতৃ দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 9 May 2021

মাদাৰ বৃদ্ধাবাসত আন্তৰ্জাতিক মাতৃ দিৱস পালন

 

#international


mother's day#celebaration

দীপাঞ্জলি ডেকা, W7S, NEWS : গুৱাহাটীৰ হাতীগাঁওস্থিত মাদাৰ বৃদ্ধাবাসত দেওবাৰে ক'ভিড বিধি মানি আন্তৰ্জাতিক

মাতৃ দিৱস পালন কৰা হয়। মাতৃৰ বাবে এটা বিশেষ দিন পালনৰ বাবে

 মাদাৰ বৃদ্ধাবাসত শনিবাৰৰ পৰা প্ৰস্তুতি চলোৱা হয়। বৃদ্ধাবাসটোৰ সভাপতি উৎপল হৰ্ষবৰ্ধন আৰু সম্পাদক মণিকা শৰ্মাই দেওবাৰে মাতৃ দিৱস উপলক্ষে বৃদ্ধাবাসটোত থকা ৭১ জনী আইতাক একোখন ফুলাম গামোছা আৰু একোপাহ গোলাপ ফুলেৰে সম্বৰ্ধনা জনায়। লগতে মাতৃ পূজন কৰি মাতৃসকলৰ দীর্ঘায়ু কামনা কৰে। তাৰপাছত বৃদ্ধাবাসটোত থকা ১০৫ বছৰীয়া আইতা সুভদ্ৰা দেৱী আৰু ১০২ আইতা মাই সন্দিকৈয়ে এটা কেক কাটি আনন্দ ফূৰ্তি কৰে। আনহাতে আইতা সকলে গীত-নৃত্য পৰিবেশন কৰে। লগতে প্ৰাৰ্থনা কৰি দেশৰ দহৰ মংগল কামনা কৰে।

। আনহাতে গুৱাহাটীৰ বেলতলাৰ অজন্টাপথস্তিত প্ৰমোদ তালুকদাৰ মেম'ৰিয়েল অল্ডেজ হোমত কৃষ্ণা তালুকদাৰৰ তত্বাৱধানত আন্তৰ্জাতিক মাতৃ দিৱস পালন কৰা হয়। উল্লেখ্য, এই বৃদ্ধাবাসত মুঠ ২০জনী আইতা আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here