গুৱাহাটীত ৰবীন্দ্ৰ জয়ন্তী উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 9 May 2021

গুৱাহাটীত ৰবীন্দ্ৰ জয়ন্তী উদযাপন

 




W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ :  ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত বৃহত্তৰ গুৱাহাটী ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিয়ে

 দেওবাৰে মহানগৰীৰ ৰবীন্দ্ৰ ভবনত ক'ভিড বিধি মানি ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰে ৷বিশ্ব কবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্মজয়ন্তীৰ দিনটোত সমিতিৰ কাৰ্য্যকাৰী সভাপতি দেৱশীষ সেনগুপ্তাই বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে ৷ সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ দাস,শংকৰ চক্ৰৱৰ্তীয়ে,কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰতিমূৰ্তিত

 মাল্যাৰ্পন  কৰে  ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালক যাদব শইকীয়া  অনুষ্ঠানত উপস্থিত থাকি বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰক প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পনেৰে স্মৰন কৰে ৷ তেওঁ লগতে 'অসমৰ প্ৰতিগৰাকী ব্যক্তিক ক'ভিড প্ৰটোকল মানি চলাৰ লগতে ক'ভিড ভেকচিন গ্ৰহন কৰিবলৈ অনুৰোধ জনায় ৷ ইপিনে সমিতিৰ উপদেষ্টা দিলজিৎ বৰুৱাই গুৰু ৰবীন্দ্ৰ নাথৰ এখন প্ৰতিকৃতি নিৰ্মাণ কৰি উলিয়ায়৷অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here