বন্যহস্তীৰ কৰুণ মৃত্যুত শোক প্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 13 May 2021

বন্যহস্তীৰ কৰুণ মৃত্যুত শোক প্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : নগাঁও জিলাৰ বঢ়মপুৰৰ তপতজুৰি পাহাৰত বজ্ৰপাতৰ ফলত ২০টা বন্যহস্তীৰ কৰুণ মৃত্যুৰ বাতৰি অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বন্যপ্ৰাণীৰে সমৃদ্ধ আমাৰ বনাঞ্চলৰ বাবে এয়া এক বৃহৎ ক্ষতি বুলি তেওঁ কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here