মাজুলীত ভাগিনৰ সৈতে মামা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 13 May 2021

মাজুলীত ভাগিনৰ সৈতে মামা

 




W7S, NEWS, নিউজ ডেস্ক : স্কুল হৈ থাকিলে ভাল নে নহ'লে ভাল? ক্ৰিকেট খেলিবলৈ তহতৰ বেট ব'ল আছে নে নাই?মাজুলীৰ ভাগিন হতৰ লগত খোজকাঢ়ি কথা পতিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মাজুলীত মামাৰ সৈতে তৃপ্তিৰে এসাঁজ খালে ভাগিনে।  মামাক কাষত পাই পুনৰ ৰসাল আড্ডাত মছগুল হ’ল মাজুলীৰ ভাগিনহঁত। ভাগিনৰ সৈতে আঁৰি মাছৰ জুতি ল’লে মামাই। মাজুলীলৈ গৈ পূৰ্বতে দিয়া প্রতিশ্রুতি ৰক্ষা কৰিলে  মামাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here