শিৱ থাপাৰ ৰূপৰ পদক আৰু লাভলীনা বৰগোহাঁইৰ ব্ৰঞ্জৰ পদক অৰ্জন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 31 May 2021

শিৱ থাপাৰ ৰূপৰ পদক আৰু লাভলীনা বৰগোহাঁইৰ ব্ৰঞ্জৰ পদক অৰ্জন

 





W7s news, ষ্টাফৰিপোৰ্টাৰ : ডুবাইত অনুষ্ঠিত এচিয়ান বক্সিং চেম্পিয়নশ্বিপত ৬৪ কেজি শাখাত ৰূপৰ পদক অৰ্জন কৰে শিৱ থাপাই আৰু ৬৯ কেজি ৱাল্টাৰৱেইট শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে লাভলীনা বৰগোহাঁইয়ে। দুয়োকে অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here