জনপ্রিয় গীতিকাৰ, সুৰকাৰ চন্দন কাকতিৰ মৃত্যু - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 3 May 2021

demo-image

জনপ্রিয় গীতিকাৰ, সুৰকাৰ চন্দন কাকতিৰ মৃত্যু

Responsive Ads Here

 

FB_IMG_1620021799727



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ :  জনপ্রিয় গীতিকাৰ, সুৰকাৰ চন্দন কাকতিৰ সোমবাৰে পুৱা ৪.৩৬  বজাত  গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত মৃত্যু হয়। তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। বহু জনপ্রিয় গীত... 'চেনীমাই', 'বাৰিষাৰে বানত, 'নাহৰ', 'দুচকুৱে হাঁহে' "বা ৰিব ৰিব মলয়া""লিপিকা"আদি গীতৰ স্ৰষ্টা আছিল। তেওঁৰ মৃত্যুত সাংস্কৃতিক জগতে শোক প্ৰকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *