পুনৰ ৩.৭ ৰিখটাৰ স্কেলৰ ভুমিকম্পই জোকাৰি গ'ল অসম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 3 May 2021

পুনৰ ৩.৭ ৰিখটাৰ স্কেলৰ ভুমিকম্পই জোকাৰি গ'ল অসম

 



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : পুনৰ ৩.৭ৰিখটাৰ স্কেলৰ ভুমিকম্পই জোকাৰি গ'ল অসমক। সোমবাৰে সন্ধিয়া ৬.১৩ বজাত অহা ভুমিকম্পৰ এইবাৰৰ ভুমিকম্পৰ অভিকেন্দ্ৰ আছিল তেজপুৰ।

সমতলৰ পৰা ২০.৬ কিলোমিটাৰ গভীৰতাত অনুভুত হয় এই ভুমিকম্প। অৱশ্যে এই ভূমিকম্পৰ ফলত ৰাজ্যত কোনো ক্ষয় ক্ষতি হোৱা নাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here