উচ্চতম ন্যায়ালয়ৰ লকডাউনৰ নিৰ্দেশ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 3 May 2021

উচ্চতম ন্যায়ালয়ৰ লকডাউনৰ নিৰ্দেশ

 



#lockdown#supreme court#covid-19#india



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : সমগ্ৰ দেশত ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি  কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক লকডাউনৰ পৰামৰ্শ দিছে  উচ্চতম ন্যায়ালয়ে। সোমবাৰে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় বিচাৰপীঠে 

লকডাউন অবিহনে ক'ভিডৰ সংক্ৰমণ ৰোধ কৰা সম্ভৱ নহয় বুলি পৰামৰ্শ দিছে। গতিক ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে  লকডাউন প্ৰয়োজনীয়তাৰ কথা দোহাৰে। দেশৰ অৰ্থনীতিত লকডাউনৰ প্ৰভাৱ পৰাৰ প্ৰতি লক্ষ্য ৰাখি  চৰকাৰক এইক্ষেত্ৰত আগতীয়া ব্যৱস্থা লবলৈ উচ্চতম ন্যায়ালয়ে আহ্বান জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here