জ্যেষ্ঠ সাংবাদিক কল্যান বৰুৱা আৰু অনিৰ্বাণ বৰাৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 1 May 2021

জ্যেষ্ঠ সাংবাদিক কল্যান বৰুৱা আৰু অনিৰ্বাণ বৰাৰ মৃত্যু

 





W7S, NEWS,  জ্যেষ্ঠ সাংবাদিক কল্যান বৰুৱা আৰু নাই।  ক'ভিডত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ থকা দিল্লীস্হ আছাম ট্ৰিবিউন কাকতৰ জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে শনিবাৰে পুৱা ৮-৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ পত্নী তথা টাইমছ অৱ ইণ্ডিয়াৰ সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যইও ক'ভিডত আক্ৰান্ত হৈ দিল্লীত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল। আনহাতে ইকনমিক টাইমছৰ দিল্লীস্থ অসমীয়া সাংবাদিক অনিৰ্বাণ বৰাৰ মৃত্যু হয়। তেওঁ লণ্ডন কলেজ অফ কমিউনিকেশ্বনৰ পৰা ডিগ্ৰী লৈছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here