W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : ক'ভিডত আক্ৰান্ত হোৱা যুৱপ্ৰজন্মৰ গায়িকা পাৰবীন পৰীৰ মৃত্যু হৈছে। গায়িকা গৰাকী জি এন আৰ চি হাস্পতালত চিকিৎসাধীন হৈ আছিল।শনিবাৰে মৃত্যু হয় গায়িকা গৰাকীৰ।দুদিন পূৰ্বে ক'ভিডত আক্ৰান্ত হৈ গায়িকা গৰাকীৰ পিতৃৰ মৃত্যু হৈছিল।
নৱ প্ৰজন্মৰ প্ৰতিভশালী কণ্ঠশিল্পী পাৰবিন পৰীৰ মৃত্যুৰ সময়ত বয়স আছিল ৩২ বছৰ। গায়িকা গৰাকী হৃদৰোগত হৈ আক্ৰান্ত আছিল বুলি জানিব পৰা গৈছে।
No comments:
Post a Comment