#artist#assam#died#covid_19 W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, পঞ্চভূতত বিলীন হ'ল জনপ্ৰিয় শিল্পী ভিটালী দাসৰ নশ্বৰদেহ। নৱগ্ৰহ শ্মশানত বৃহস্পতিবাৰে শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ নিজ কন্যাই মুখাগ্নি কৰে। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বজাত শিল্পীগৰাকীৰ নশ্বৰ দেহ মহানগৰীৰ গীতানগৰস্থিত বাসগৃহলৈ নিয়া হয়।।ভিতালী দাসৰ দেহত ক'ভিড নিগেটিভ হোৱা হেতুকে প্ৰশাসন-চিকিৎসকৰ দলে পৰিয়ালৰ লোকক দিয়ে নশ্বৰদেহ ৷ক'ভিড প্ৰ’টকল মানি সকলোৱে তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰিলে। ক'ভিড প্ৰট’কল মানি হাত মোজা পিন্ধি শিল্পী গৰাকীৰ দুগালত মাহ-হালধিৰ ৰহন সানি দিয়ে স্বামীয়ে।শিল্পীগৰাকীৰ একমাত্ৰ কন্যা কমলিকা কাশ্যপেও মাস্ক আৰু হাত মোজা পিন্ধি শেষ বাৰৰ বাবে মাতৃৰ চৰণ স্পৰ্শ কৰি শেষ শ্ৰদ্ধা নিবেদিলে। শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত থাকে। জনপ্ৰিয় কন্ঠশিল্পী তৰালী শৰ্মা,সংগীত পৰিচালক বিমান বৰুৱাকে, আছুৰ উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আদি কৰি অৰ্ধ শতাধিক লোক উপস্থিত থাকে।
Post Top Ad
Responsive Ads Here
Thursday, 22 April 2021

পঞ্চভূতত বিলীন হ'ল জনপ্ৰিয় শিল্পী ভিটালী দাসৰ নশ্বৰ দেহ
#artist#assam#died#covid_19 W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, পঞ্চভূতত বিলীন হ'ল জনপ্ৰিয় শিল্পী ভিটালী দাসৰ নশ্বৰদেহ। নৱগ্ৰহ শ্মশানত বৃহস্পতিবাৰে শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ নিজ কন্যাই মুখাগ্নি কৰে। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বজাত শিল্পীগৰাকীৰ নশ্বৰ দেহ মহানগৰীৰ গীতানগৰস্থিত বাসগৃহলৈ নিয়া হয়।।ভিতালী দাসৰ দেহত ক'ভিড নিগেটিভ হোৱা হেতুকে প্ৰশাসন-চিকিৎসকৰ দলে পৰিয়ালৰ লোকক দিয়ে নশ্বৰদেহ ৷ক'ভিড প্ৰ’টকল মানি সকলোৱে তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰিলে। ক'ভিড প্ৰট’কল মানি হাত মোজা পিন্ধি শিল্পী গৰাকীৰ দুগালত মাহ-হালধিৰ ৰহন সানি দিয়ে স্বামীয়ে।শিল্পীগৰাকীৰ একমাত্ৰ কন্যা কমলিকা কাশ্যপেও মাস্ক আৰু হাত মোজা পিন্ধি শেষ বাৰৰ বাবে মাতৃৰ চৰণ স্পৰ্শ কৰি শেষ শ্ৰদ্ধা নিবেদিলে। শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত থাকে। জনপ্ৰিয় কন্ঠশিল্পী তৰালী শৰ্মা,সংগীত পৰিচালক বিমান বৰুৱাকে, আছুৰ উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আদি কৰি অৰ্ধ শতাধিক লোক উপস্থিত থাকে।
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment