চি পি আই (এম)ৰ বৰ্ষীয়ান নেতা হেমেন দাস ক'ৰ'নাত আক্রান্ত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 30 April 2021

চি পি আই (এম)ৰ বৰ্ষীয়ান নেতা হেমেন দাস ক'ৰ'নাত আক্রান্ত




 জি এন আৰ চিত চিকিৎসাধীন


'


W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ  : প্ৰাক্তন বিধায়ক তথা চি পি আই (এম)ৰ বৰ্ষীয়ান নেতা হেমেন দাস ক'ভিড ৰোগত আক্ৰান্ত  হৈছে। সম্প্ৰতি তেওঁ গুৱাহাটীৰ জি এন আৰ চিৰ অধীনৰ ক'ভিড কেন্দ্ৰ (পূৰ্বৰ গুড হেলথ হাস্পতাল)ত চিকিৎসাধীন হৈ আছে। বৃহস্পতিবাৰৰ পৰা অসুস্থ হৈ থকাৰ  বাবে তেওঁক শুকুৰবাৰে পুৱাৰ ভাগত জি এন আৰ চিত হাস্পতালত চিকিৎসাৰ বাবে ভৰ্ত্তি কৰোৱা হয়। আৰ টি-পি চি আৰ পৰীক্ষাত তেওঁৰ ক'ভিড পজিটিভ বুলি চিনাক্ত কৰা হয়। সম্প্ৰতি তেওঁৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে। চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে বৰ্ষীয়ান নেতা হেমেন দাসৰ দ্ৰুত আৰোগ্য কামনা কৰিছে চি পি আই (এম) অসম ৰাজ্যিক কমিটিৰ

সম্পাদক দেবেন ভট্টাচাৰ্যই। উল্লেখ্য, তেওঁ বৰ্তমান  ৯০ বছৰ বয়স অতিক্ৰম কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here