চত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে যুঁজি শ্বহীদ দুই জোৱান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 4 April 2021

চত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে যুঁজি শ্বহীদ দুই জোৱান



 


W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ,

চত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে যুঁজি দেশমাতৃৰ হকে প্ৰাণ ত্যাগ কৰে 'চিআৰপিএফ'ৰ বীৰ জোৱান বাবলু ৰাভাৰ আৰু  দিলীপ দাসক  নিহত হয়।  ছত্তিশগড়ত নিহত সকলো বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই 

দেশদ্ৰোহী মাওবাদীবোৰক পুলিয়ে-পোখাই নিৰ্মূল কৰাৰ বাবে দাবী জনাইছে বিভিন্ন দল সংগঠনে।ছত্তিশগড়ত নক্সালবাদীৰ আক্ৰমণত শ্বহীদ হোৱা বজালী জিলাৰ সৰুপেটাৰ ভাৰেগাঁওৰ বীৰ জোৱান দিলীপ কুমাৰ দাসৰ আত্মাৰ সদ্গতি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিভিন্ন দল সংগঠনে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here