মীৰা বৰ ঠাকুৰৰ বিশাল পদযাত্রা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 4 April 2021

মীৰা বৰ ঠাকুৰৰ বিশাল পদযাত্রা

 



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ: কংগ্ৰেছ দলৰ পশ্চিম গুৱাহাটীৰ প্ৰাৰ্থী মীৰা বৰ ঠাকুৰে এক বিশাল পদযাত্রা কৰে। গণেশপাৰা পৰা কুমাৰপাৰা লৈ পদ যাত্ৰা কৰে লগত থাকে  প্ৰদ্যুৎ বৰদলৈ  উপস্থিত থাকে আৰু পাঁচ শতাধিক কংগ্ৰেছৰ কৰ্মী। এই পদ যাত্ৰা অংশগ্ৰহণ কৰি ৰাইজৰ লগত মত বিনিময়  কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ খোৱা পানী পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰ বুজ লৈ ৰাইজক আহ্বান জনায় এই বাৰ কংগ্ৰেছক ভোট দিবলৈ। এই বাৰ দিছ্পুৰত কংগ্ৰেছ দখল কৰিব বুলি আশাবাদী কংগ্ৰেছৰ চৰকাৰ আহিলে পশ্চিম গুৱাহাটীৰ সকলো সমস্যা সমাধান কৰিব বুলি 

মীৰা বৰঠাকুৰে কয়। লগতে

কুমাৰপাৰাত আহি কুমাৰপাৰাৰ ৰাইজৰ সমস্যা বুজ লয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here