ক'ভিড সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 April 2021

ক'ভিড সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।

 


কিদৰে সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ? 


#covid-19#p.meet#himanta biswa sarmah#guwahati


W7S, NEWS,ষ্টাফৰিপোৰ্টাৰ : কৰ'নাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ এতিয়া দিন ৰাতি একাকাৰ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ।

তাৰ মাজতে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্বই সোমবাৰে।এখন সংবাদমেল সম্বোধন কৰে।

ক'ভিড সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।

কিদৰে সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ? সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয় 


১)ৰাজ্যত অহা সপ্তাহত কৰ'নাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

২) আগন্তুক ২ মে' লৈকে কৰ'নাৰ বিৰুদ্ধে যুঁজ দিয়াত কোনো অসুবিধা নাথাকিব।

৩)গুৱাহাটীত আই চি ইউৰ সংখ্যা বৃদ্ধি পাইছে৷

৪)শিলচৰ আৰু যোৰহাট মেডিকেল কলেজত আই চি ইউ বেড বৃদ্ধি কৰা হ'ব।

৫)জি এম চি এইচত ২৬০ আই চি ইউ বেড আছিল৷এতিয়া ১৬০ নতুন বেড সংযোজন কৰা হৈছে৷

৬) জি এম চি এইচৰ কাৰ পাৰ্কিংত ৮ কোটি খৰচ কৰি আই চি ইউ বেড নিৰ্মাণ কৰা হ'ব৷

৭)ৰাজ্য চৰকাৰে নতুনকৈ ১২ হাজাৰ ৰেমডিচিবি ভেকচিন ক্ৰয় কৰিছে।বৰ্তমান ২৫ হাজাৰ ৰেমডিচিবি আছে৷

৮)বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত দৈনিক ১২শকৈ কৰ'না ৰোগী চিনাক্ত হ'লেও বিচনাৰ নাটনি নহ'ব।

৯)যিকোনো জিলাতে কৰ'না আক্ৰান্ত ৰোগীৰ সংখ্যাই ১০০ৰ ঘৰ স্পৰ্শ কৰিলে অষ্টম শ্ৰেণীলৈকে বন্ধ হ'ব বিদ্যালয়।

১০) এই পৰ্যন্ত চিৰাং, বিশ্বনাথ, বাক্সা, দক্ষিণ শালমৰা, চৰাইদেউ, ৱেষ্ট কাৰ্বি আংলং জিলাক বাদ দি বাকী জিলা সমূহত ক্লাচ ৮লৈ স্কুল বন্ধ থাকিব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here