W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, বিমান বন্দৰ, ৰে’ল ষ্টেচনত ক'ভিডৰ কঠোৰ নিয়ম বান্ধি দিয়া হ'ব।
ক’ভিডৰ বাবে এই ব্যৱস্থা ল’ব স্বাস্থ্য বিভাগে। মঙলবাৰে নগাঁৱত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰে এই মন্তব্য।
'বিগত কিছুদিনত ৰাজ্যত বাঢ়িছে ক’ভিডৰ সংক্ৰমণ৷ যাৰ পৰিপ্ৰক্ষিতত ৰে’ল ষ্টেচন, বিমান বন্দৰত কঠোৰ হ’ব ক’ভিডৰ নিয়ম’।
#HimantaBiswaSarma #coronavirus #CoronavirusPandemic

No comments:
Post a Comment