দিল্লীত নৈশ কাৰ্ফিউ ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 April 2021

দিল্লীত নৈশ কাৰ্ফিউ ঘোষণা

 



#nightcurfew #delhi #delhinightcurfew #COVID19


W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, ক'ভিড  পৰিস্থিতিলৈ লক্ষ্য কৰি দিল্লীত নৈশ কাৰ্ফিউ ঘোষণা কৰা হৈছে৷ নিশা ১০ বজাৰ পৰা পুৱা ৫বজালৈ   কাৰ্ফিউ ঘোষণা কৰা হৈছে।অৰবিন্দ কেজৰিৱাল চৰকাৰে বুধবাৰৰ পৰা ৩০ এপ্ৰিললৈকে ঘোষণা কৰে নৈশ কাৰ্ফিউ৷ নিশা ১০বজাৰ পৰা বাৰ, ৰেষ্টুৰেণ্ট, নৈশ ক্লাব আদি জনসমাগম হোৱা যিকোনো স্থানত বাধা আৰোপ কৰিছে  চৰকাৰখনে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here