অসমৰ প্ৰথমগৰাকী আইএএছ বিষয়া পাৰুল দাসৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 April 2021

অসমৰ প্ৰথমগৰাকী আইএএছ বিষয়া পাৰুল দাসৰ মৃত্যু

 




#covid-19#death#lparul das#guwahati



W7S,NEWS, ষ্টাফৰিপোৰ্টাৰ : 

 অসমৰ প্ৰথমগৰাকী আইএএছ বিষয়া পাৰুল দাসে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ ক'ভিড-১৯ত আক্ৰান্ত হৈ গুৱাহাটীৰ এপ'ল' চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।  প্ৰাক্তন মন্ত্ৰী ৰামনাথ দাসৰ কন্যা পাৰুল দাসে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিল ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here