দিছপুৰপ্ৰেছ ক্লাৱত বিহু কৃষ্টি পৰিষদৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 7 April 2021

দিছপুৰপ্ৰেছ ক্লাৱত বিহু কৃষ্টি পৰিষদৰ সংবাদ মেল

 




W7S NEWS, ষ্টাফৰিপোৰ্টাৰ, 

দিছপুৰপ্ৰেছ ক্লাৱত বিহু কৃষ্টি পৰিষদৰ উদ্যোগত এখন সংবাদ মেল বুধবাৰে অনুষ্ঠিত হয়। সংবাদমেলত উদ্যোক্তা সকলে সকলোকে ক’ভিড প্ৰট’কল মানি বিহু উৎযাপন কৰিবলৈ আহ্বান জনায়।

আয়োজক সমিতিক বিহুতলীত মাস্ক-চেনিতাইজাৰ ব্যবহাৰ কৰিবলৈ আহ্বান জনায়।

লোক শিল্পী সকলক গুৰুত্ব দিবলৈ আহ্বান জনায়।

আয়োজক সমিতিক জাতীয় সাজপাৰ পৰিধান কৰিবলৈ আহ্বান৷বৰ্ষীয়ান তথা স্থানীয় শিল্পীসকলক সম্বৰ্ধনা জনাবলৈ আহ্বান৷ পাঠ্যক্ৰমত বিহুৰ মৌখিক আভাস দিবলৈ ছেবাক আহ্বান পৰিষদৰ৷

ৰঙালী বিহুৰ পৰিবেশ্য তিনিটাক (হুচৰি, মুকলি বিহু, গাভৰু বিহু) একাকাৰ নকৰিবলৈ আহ্বান৷

সাংস্কৃতিক অনুষ্ঠান নিশা ১২বজাৰ পূৰ্বে শেষ কৰিবলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here