#shashikala#bollywood# actree#death
W7S,NEWS : বলিউডৰ যশস্বী অভিনেত্ৰী শশীকলাৰ ৮৮ বছৰ বয়সত দেওবাৰে মৃত্যু হয়। শতাধিক চলচ্চিত্ৰত অভিনয় কৰা যশস্বী অভিনেত্ৰী গৰাকীৰ মৃত্যুত বলিউড শোকস্তব্ধ হৈ পৰিছে। পদ্মশ্ৰী সন্মান প্ৰাপক শশীকলাই 'আয়ে মিলন কি বেলা', 'গুমৰাহ', 'সুজাতা', 'আৰতি' আদি চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল শশীকলাই। তেওঁ সত্তৰৰ দশকত বলিউডৰ চলচিত্ৰত নায়িকা আৰু খলনায়িকাৰ চৰিত্ৰৰ জৰিয়তে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
No comments:
Post a Comment