আজি বন্ধ থাকিব কলাক্ষেত্ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 April 2021

আজি বন্ধ থাকিব কলাক্ষেত্ৰ

 





W7S NEWS, ষ্টাফৰিপোৰ্টাৰ, অসম চৰকাৰৰ অধিসূচনা নং জি. এ.জি.(এ) ১৩৯/২০১৫/২৪৩ দিনাংক ১২.০৩.২০২১  মৰ্মে ৬ এপ্ৰিলত অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰ্যালয় তথা দর্শনাৰ্থীসকলৰ বাবে দর্শনীয় স্থান সমুহ বন্ধ থাকিব।  শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ সমূহ কৰ্মচাৰী তথা কলাক্ষেত্ৰ দর্শন কৰিবলৈ অহা দৰ্শনাৰ্থীসকলৰ বাবে

 শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ সমাজৰ এক বিবৃতিযোগে এই কথা জনোৱা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here