মিষ্টাৰ আৰু মিছ কিড্ ছ প্ৰাইড অৱ অসম ২০২১ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 April 2021

মিষ্টাৰ আৰু মিছ কিড্ ছ প্ৰাইড অৱ অসম ২০২১

 




#mr and .miss.and kids #fashion show#shilpagram


 W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : 'মিষ্টাৰ আৰু মিছ কিড্ ছ প্ৰাইড অৱ অসম ২০২১' সোমবাৰে শিল্পগ্ৰামত ছয়মাইলত অনুষ্ঠিত কৰা হয়,। মিষ্টাৰ, মিছ এণ্ড কিডছ ফেশ্বন শ্ব' অনুষ্ঠিত কৰা হয় কৰনা মহামাৰি মাজত চৰকাৰী নিয়ম মানি কম সময়ৰ ভিতৰতে সকলে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই এই অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৰাজ্য বিভিন্ন প্ৰান্তত পৰা যুৱক যুৱতী কণ কণ লৰা ছোৱালী এই অনুষ্ঠানত অংশগ্ৰহণ কৰে সকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে এই ইভেণ্ট উদ্যোক্তা ৰুনোমণি কৌশিক ববি পাটগিৰি পৰিচালক। এই অনুষ্ঠান পৰিচালনা কৰে এই অনুষ্ঠান মুখ্য অতিথি কিৰণ বড়ো,

মণিকা সিনহা, ডাঃ কৰবী

হাজৰিকা, দীপক কুমাৰ ৰয়, অভিনেতা বিকি ৰাজখোৱা, ড০ নম্ৰতা শৰ্মা, ৰঞ্জিতা দত্ত, অনীতা পাল, আলোক বৰুৱাৰ লগতে গণ্য মান্য ব্যক্তি এই খন  প্লেটফৰ্ম পৰা অসমৰ পৰা ভাৰতৰ বাহিৰত নাম উজ্জ্বল কৰিব পাৰিব বুলি আশাবাদী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here