ক'ভিডত মৃত্যু হ'ল জনপ্ৰিয় সাংবাদিক ৰোহিত ছাৰ্ডানাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 30 April 2021

ক'ভিডত মৃত্যু হ'ল জনপ্ৰিয় সাংবাদিক ৰোহিত ছাৰ্ডানাৰ

 




W7S, NEWS, 'আজটক' নামৰ চেনেলটোৰ জনপ্ৰিয় সাংবাদিক তথা এংকৰ ৰোহিত ছাৰ্ডানা শুকুৰবাৰে মৃত্যু হয়। ক'ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোহিত ছাৰ্ডানাৰ মৃত্যুৰ খবৰত 'আজটক' নামৰ চেনেলটোৰ সতীৰ্থ সাংবাদিক সকলে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ

ৰাজনাথ সিঙৰ পৰা আৰম্ভ কৰি অমিত শ্বাহলৈকে বহু জ্যেষ্ঠ ৰাজনীতিবিদৰ সাক্ষাৎকাৰ লৈছিল। টেলিভিছনৰ পৰ্দাৰ এজন জনপ্ৰিয় এংকৰ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪২ বছৰ।

‘টাল ঢৌক কে’ আছিল তেওঁৰ এটা জনপ্ৰিয় অনুষ্ঠানৰ নাম। সেয়া অৱশ্যে তেওঁ ‘জি নিউজ’ নামৰ চেনেলটোত পৰিচালনা কৰিছিল। পূৰ্বতে জি নিউজত কৰ্মৰত ছাৰ্ডানাই ২০১৭ত 'আজটক'ত যোগদান কৰিছিল।  তেওঁৰ মৃত্যুত দেশৰ সংবাদজগত শোকস্তব্ধ হৈ পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here