হায়াত চুপাৰ স্পেচিলিটি হাস্পতাল প্ৰাক্ ৰঙালী বিহু উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 13 April 2021

হায়াত চুপাৰ স্পেচিলিটি হাস্পতাল প্ৰাক্ ৰঙালী বিহু উদযাপন

 #pre bihu celebration#hayat hospital#guwahati#rongali bihu




W7S, NEWS ষ্টাফৰিপোৰ্টাৰ, 

হায়াত চুপাৰ স্পেচিলিটি হাস্পতাল গুৱাহাটীয়ে মঙলবাৰে প্ৰাক্ ৰঙালী বিহু উদযাপন কৰে। হাস্পতাল চৌহদত আয়োজিত এই প্ৰাক ৰঙালী বিহু উদযাপন হাস্পতালৰ চিকিৎসক, নাৰ্চ, কৰ্মচাৰী আৰু ৰোগী তথা ৰোগীৰ অবিভাৱকৰ মাজত অনুষ্ঠিত হয়। এই এনাচস্টেতিয়াৰ এইছ অ' ডি  সন্দৰ্ভত  ডাঃ ৰাজীৱ ভট্টাচাৰ্যই কয় '"-চিকিৎসাৰ বাবে বিহুৰ সময়ছোৱাত ঘৰৰ পৰা দূৰত থাকিও যাতে বিহুৰ আনন্দ ম্লান নহয় তাৰ বাবেই এই প্ৰাক ৰঙালী বিহুৰ আয়োজন কৰা হয়। তেওঁ লগতে এই ক'ভিডৰ সময়ছোৱাত সকলোকে সাৱধানতা অৱলম্বন কৰাৰ লগতে মাস্ক পৰিধান কৰিব আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়"। আনহাতে এই উদযাপন কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকি সংগীত শিল্পী চন্দন দাস আৰু ডিম্পী সোনোৱালে সংগীতানুষ্ঠান পৰিবেশন কৰে"। উল্লেখ্য,, অনুষ্ঠানৰ শেষত হাস্পতালৰ তৰফৰ পৰা ৰোগী আৰু ৰোগীৰ অভিভাৱকৰ মাজত বিনামূলীয়াকৈ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয়। আজিৰ অনুষ্ঠানটো আঁতধৰে হাস্পতালখনৰ জনসম্পৰ্কৰক্ষী বিষয়া ড০ শৈলেন দাসে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here