ফাঁচীবজাৰৰ ফাকুৱা উৎসৱত মুখ্যমন্ত্ৰী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 29 March 2021

ফাঁচীবজাৰৰ ফাকুৱা উৎসৱত মুখ্যমন্ত্ৰী

 #Holi#Cm#FancyBazar



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে গুৱাহাটীৰ ফাঁচী ফ্ৰেণ্ডছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত ফাকুৱা উৎসৱত অংশগ্ৰহণ কৰে।  অনুষ্ঠানত ৰাইজক ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰি ৰঙৰ উৎসৱে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি কামনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here