অসমীয়া সাহিত্যৰ বাবে সু- খবৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 17 March 2021

অসমীয়া সাহিত্যৰ বাবে সু- খবৰ

 





W7S NEWS, ষ্টাফৰিপোৰ্টাৰ, সাহিত্য অকাডেমিৰ উদ্যোগত প্ৰকাশ পালে  চৈয়দ আব্দুল মালিকৰ প্ৰসিদ্ধ উপন্যাস ’সূৰুযমুখীৰ স্বপ্ন’ৰ ৰাছিয়ান আৰু মান্দাৰিন ভাষালৈ অনুবাদ কৰা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা আঁচনি আৰু চাংহাই কোঅপাৰেচন ইনিচিয়েচিভ'ৰ উদ্যোগত অসমীয়া সাহিত্যৰ বাবে গৌৰৱ এই কাম সম্পাদন কৰা হৈছে। সাহিত্য অকাডেমীৰ কাৰ্যকৰী সদস্য তথা অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়কডাঃ ধ্ৰুৱজ্যোতি বৰাই এই প্ৰস্তাব ২০১৯ চনৰ সাহিত্য অকাডেমীৰ কাৰ্যকৰী বৈঠকত দিছিল। মান্দাৰীন ভাষালৈ উপন্যাসখন অনুবাদ কৰিছে সাহেলি সৎৰাজে। উল্লেখ্য, চৈয়দ আব্দুল মালিকৰ ধ্ৰুপদী উপন্যাস 'সুৰুজমুখীৰ স্বপ্ন' প্ৰায় সকলো ভাৰতীয় ভাষালৈ অনুবাদ হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here