ৰূপনগৰ মুক্তি যুঁজাৰু পথ বেঙুনীয়াকৰণৰ প্ৰচেষ্টা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 25 August 2026

ৰূপনগৰ মুক্তি যুঁজাৰু পথ বেঙুনীয়াকৰণৰ প্ৰচেষ্টা

 

W7s news গুৱাহাটী: গুৱাহাটীৰ ৰূপনগৰ মুক্তি যুঁজাৰু পথ বেঙুনীয়াকৰণৰ প্ৰচেষ্টা লোৱা হৈছে।ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰ কমিটীৰ পদক্ষেপত এই প্ৰচেষ্টালৈছে।গুৱাহাটী পৌৰ নিগমৰ আহবানক সঁহাৰি জনাই এই পদক্ষেপ লোৱা হৈছে।মেয়ৰ মৃগেন শৰণীয়াৰ গৃহ ৱাৰ্ডত দিনে নিশাই বেঙুনীয়াকৰণৰ প্ৰস্তুতি লৈছে। উপ-পথতটোত মঙলবাৰে ৰোপন কৰা হ'ল গছপুলি। ৰাইজক স্বচ্ছতাৰ প্ৰতি সঁহাৰি জনাবলৈ আহবান উপ-পথবাসীৰ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here