~ ১৪-১৭ এপ্ৰিলত লতাশিল খেলপথাৰত চাৰিদিনীয়া অনুষ্ঠান উদযাপন~
~ অভিনেত্ৰী বৰষা ৰাণী বিষয়া, মাষ্টাৰচেফ নয়নজ্যোতি শইকীয়া আৰু আন ইনফ্লুয়েন্সাৰসকলৰ উপস্থিতিয়ে সাংস্কৃতিক অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে ~
~পৰম্পৰাগত পিঠা প্ৰস্তুত, স্থানীয় ৰন্ধন প্ৰতিভা আৰু নিমজ্জিত খাদ্য অভিজ্ঞতাৰ জৰিয়তে অসমীয়া থলুৱা সোৱাদৰ ওপৰত আলোকপাত~
W7s news,,গুৱাহাটী, এপ্ৰিল, ২০২৬: এ ডব্লিউ এল এগ্ৰি বিজনেছ লিমিটেড (পূৰ্বৰ আদানী উইলমাৰ লিমিটেড)ৰ ফ্লেগশ্বিপ ব্ৰেণ্ড ফৰ্চুন ফুডছে থলুৱা খাদ্য আৰু সংস্কৃতিৰ সমাহাৰেৰে গুৱাহাটীত চাৰিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু। গুৱাহাটীৰ লতাশিল খেলপথাৰত ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ উদযাপন কৰা এই অনুষ্ঠানটোৱে খাদ্য, সংস্কৃতি আৰু সমাজক একত্ৰিত কৰি অসমীয়া নৱবৰ্ষৰ মনোভাৱক প্ৰাণৱন্ত কৰি তোলে। অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই আঁত ধৰা বিশেষ আদান-প্ৰদান অনুষ্ঠানৰ জৰিয়তে দৰ্শকক আকৰ্ষিত কৰাৰ সমান্তৰালকৈ পোনপটীয়াকৈ দৰ্শকেৰে সাংস্কৃতিক সংযোগ সুদৃঢ় কৰি তোলে।

No comments:
Post a Comment