৪৮ সংখ্যক বৃহত্তৰ পল্টন বজাৰ ৰঙালী বিহু সম্মিলনীৰ মুকলি বিহু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 15 April 2026

৪৮ সংখ্যক বৃহত্তৰ পল্টন বজাৰ ৰঙালী বিহু সম্মিলনীৰ মুকলি বিহু

 


W7s news গুৱাহাটী: ৪৮ সংখ্যক বৃহত্তৰ পল্টন বজাৰ ৰঙালী বিহু সম্মিলনীৰ 

১৫ এপ্ৰিলত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মুকলি বিহুৰ আয়োজন কৰা হয়। পল্টন বজাৰ নাগৰিক মঞ্চৰ উদ্যোগত আৰু পল্টন বজাৰ ৰঙালী বিহু সন্মিলনীৰ সহযোগত আয়োজন কৰা মুকলি বিহুৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কৰে সন্মিলনীৰ সভাপতি আৰমান আলীয়ে। অনুষ্ঠানত সন্মিলনীৰ মুখ্য উপদেষ্টা তথা গুৱাহাটী পৌৰ  নিগমৰ মেয়ৰ মৃগেন শৰণীয়া,

সাধাৰণ সম্পাদক প্ৰশান্ত ঘোষ, পাৰিষদ ৰত্না সিং, মুখ্য পৃষ্ঠপোষকমণ্ডলীৰ হৈ

প্ৰাণতোষ ৰয় আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই উপলক্ষে বিহু হুঁচৰি, ভোৰতাল নৃত্যকে ধৰি বৰ্ণাঢ‍্য  সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । বিহু হুঁচৰিত সমাজকর্মী দুৰ্গা আগৰৱালৰ বিহু নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here