W7s news গুৱাহাটী: শনিবাৰে পুৱা
১০-৩০ বজাৰ পৰা মালিগাঁও তৰুণ ৰাম ফুকন হিন্দী হাইস্কুল প্ৰাংগণৰ পৰা ৰাষ্ট্ৰ সেৱিকা সমিতি আৰু জিলা সন্মিলনৰ উদ্যোগত আজি পদ যাত্ৰা কাৰ্যসূচীত মুখ্য অতিথি ডা° মল্লিকা ভট্ৰাচাৰ্য বিভাগীয় অধ্যক্ষ গেষ্ট্ৰ এন্টলজি গুৱাহাটী চিকাৎসা মহাবিদ্যালয় আৰু সঞ্জীৱনী মহিলা চিকিৎসক সংগঠনৰ সভাপতি গুৱাহাটী মেডিকেল হস্পিতাল ,নীতা দেৱী অখিল ভাৰতীয় সহ সম্পৰ্ক প্ৰমুখ তথা উত্তৰ প্ৰান্তৰ প্ৰান্ত প্ৰচাৰিকা ৰাষ্ট্ৰ সেৱিকা নিলীমা গোস্বামী উত্তৰ অসম প্ৰ৷ন্তৰ প্ৰান্ত সঞ্চালক ৰাষ্ট্ৰ সেৱিকা সমিতি পখিলা বড়ো’ অখিল ভাৰতীয় সহ শাৰিৰিক প্ৰমুখ.পুনি দেৱী’ প্ৰান্ত সহ সঞ্চালিকা. কল্যানী ঠাকুৰীয়া প্ৰান্ত সেৱ প্ৰমুখ তথা গুৱাহাটী বিভাগ কাৰ্যবাহিকা ’ সুস্মিতা দাস প্ৰান্ত তৰনী প্ৰমুখ ’জৰ্ণা বোষ . প্ৰান্ত ব্যৱস্থা প্ৰমুখ“ মিতালী নন্দি ’সহ ব্যৱস্থা প্ৰমুখ“ বুলি বৰুৱা উত্তৰ অসম প্ৰান্তৰ মানীয় সম্পৰ্ক প্ৰমুখ’ নমিতা বৈশ্য দাস’ মহানগৰ কাৰ্যবাহিকা উপস্থিতিত উপস্থিত থাকে ৷ এই কথা সেৱিকা ৰিচা কলিতাই জনাইছে ৷
No comments:
Post a Comment