সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ তত্বাৱধানত কাৰ্যকৰ্তাসকলৰ ৰাজ্যজুৰি ৰাখীবন্ধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 20 August 2024

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ তত্বাৱধানত কাৰ্যকৰ্তাসকলৰ ৰাজ্যজুৰি ৰাখীবন্ধন

 


W7s news গুৱাহাটীঃ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ  তত্বাৱধানত  সমগ্ৰ ৰাজ্যজুৰি  অনুষ্ঠিত  কাৰ্যসূচীত মঞ্চৰ কাৰ্যকৰ্তা সকলে নিষ্ঠাসহকাৰে দেশৰ সীমান্তত থকা  অতন্দ্ৰ প্ৰহৰীৰুপে দেশৰ হকে দায়িত্ব পালন কৰি থকা জোৱান সকলে  পৰিয়ালৰ পৰা আতৰত। থাকি দেশ মাতৃসেৱা কৰি থকা জোৱান সকলক  আমাৰ কাৰ্যকৰ্তা সকলে গৈ চি আৰ পি এফ কাৰ্যালয় আসাম ৰাইফলচ  বি এচ এফৰ কাৰ্যালয়লৈ গৈ  তেওঁলোকৰৰ ৰক্ষাৰ্থে মহানগৰৰ প্ৰায় ৬০০ জনক  কাৰ্যকৰ্তা সকলে ৰাখীবন্ধন কাৰ্যসূচী সাফল্য মণ্ডিত  কৰি ভাতৃত্ববোধৰ বাৰ্তাৰ জৰিয়তে  ৰাাখি পিন্ধোৱা হয় ৷  কাৰ্যকৰ্তা সকলে  ভাতৃ ভগ্নীৰ স্নেহৰ সম্পৰ্ক এক বাৰ্তা প্ৰেৰণ কৰে আৰু  অসম আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যলয়ত আমাৰ কাৰ্যাকৰ্তা সকলে  ৰাখি  বন্ধন কাৰ্যসূচী  সূচাৰুপে পালন কৰে বুলি  লাচিত নগৰ সমিতিৰ সম্পাদক বাবুল ৰাজবংশীয়ে জনায় ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here