W7s news,,প্ৰতি বছৰৰ ২১ জুনত পালন কৰি অহা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসে শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে যোগাসনৰ গুৰুত্বপূৰ্ণ উপকাৰিতাৰ ওপৰত আলোকপাত কৰি আহিছে। এই বিশেষ দিনটোৱে এক সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ ক্ষেত্ৰত সুষম আহাৰ, উপযুক্ত পৰিপূৰক আৰু নিয়মীয়া ব্যায়ামৰ মাজত থকা আন্তঃসংযোগৰ কথা সোঁৱৰাই দিয়ে। যোগাসনক নিজৰ দৈনন্দিন জীৱনৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিলে সুস্থ জীৱনশৈলী, পুষ্টিকৰ খাদ্য আৰু নিৰ্ধাৰিত পৰিপূৰক গ্ৰহণৰ প্ৰভাৱ বৃদ্ধি পায়।
এই সামগ্ৰিক পদ্ধতিৰ সৈতে সংগতি ৰাখি, কিউনেটৰ নিউট্ৰিপ্লাছ মন’ফ্ল’ৰেল মৌ আৰু ভাৰ্জিন কক’নাট অইল ব্যৱহাৰ কৰি আপোনাৰ সুস্বাস্থ্যৰ সম্ভাৱনাৰ পথ প্ৰশস্ত কৰক। এনে সামগ্ৰীসমূহক এক সুস্বাস্থ্য প্ৰণালী সমৰ্থন কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। এই উচ্চমানৰ পৰিপূৰকসমূহ প্ৰত্যেকৰে জীৱনৰ দৈনন্দিন প্ৰণালীত সংযোগ কৰিলে এক উত্তম ভাৰসাম্য গঢ়ি উঠিব পাৰে, যাৰ ফলত ব্যক্তিসকলে শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে উন্নতি সাধন কৰিব পাৰিব ।ই যোগাসনৰ সাৰমৰ্মৰ সৈতে নিখুঁতভাৱে খাপ খাই পৰে আৰু সম্পূৰ্ণ সুস্থতাৰ দিশৰ যাত্ৰাৰ প্ৰতি সমৰ্থন আগবঢ়ায় ।
নিউট্ৰিপ্লাছ মন’ফ্ল’ৰেল মৌ
একক প্ৰজাতিৰ ফুলৰ পৰাগৰেণুৰ পৰা আহৰণ কৰা কিউনেটৰ নিউট্ৰিপ্লাছ মন’ফ্ল’ৰেল মৌ হৈছে সোৱাদ আৰু পুষ্টিকৰ উপকাৰিতাৰে সমৃদ্ধ। ই ১০০ % বিশুদ্ধ আৰু প্ৰাকৃতিক। সৰিয়হ, কৰঞ্জ, শ্বীশ্বেম, ধনীয়া, আৰু মৰিংগা, এই পাঁচটা প্ৰকাৰত উপলব্ধ কিউনেটৰ নিউট্ৰিপ্লাছ মন’ফ্ল’ৰেল মৌৰ প্ৰতিটো ভিন্নতা প্ৰয়োজনীয় খনিজ পদাৰ্থ, এমিনো এচিড, আৰু এনজাইমেৰে ভৰপূৰ। এই প্ৰাকৃতিক ছুপাৰফুডে ইয়াৰ এন্টিঅক্সিডেন্ট, সুখদায়ক, আৰু বেক্টেৰিয়া প্ৰতিৰোধী গুণৰদ্বাৰা সুস্বাস্থ্যক সমৰ্থন কৰে। এক ভাৰসাম্য, সুস্থ জীৱনশৈলীৰ বাবে আপোনাৰ ৰাতিপুৱাৰ চাহকাপ, ব্ৰেকফাষ্ট বা সামগ্ৰিক খাদ্য পৰিকল্পনাত অন্তৰ্ভুক্ত কৰক নিউট্ৰিপ্লাছ মন’ফ্ল'ৰেল মৌ।
নিউট্ৰিপ্লাছ মন’ফ্ল'ৰেল মৌৰ বিষয়ে অধিক জানক: https://qnet-india.in/products/nutriplus-busy-bee-monofloral-honey/
কিউনেট নিউট্ৰিপ্লাছ ভাৰ্জিন কক’নাট অইল
কেৰালাৰ পৰা আহৰণ কৰা নিউট্ৰিপ্লাছ ভাৰ্জিন কক’নাট অইল(VCO) হৈছে স্বাস্থ্যৰ ব্যাপক উপকাৰীতাৰ বাবে জনাজাত বিশুদ্ধ, প্ৰাকৃতিক তেল।বেক্টেৰিয়া প্ৰতিৰোধী, বয়স প্ৰতিৰোধী, এন্টি অক্সিডেন্ট, আৰু এন্টি-ইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ নিউট্ৰিপ্লাছ ভি চি অ’ই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু পুষ্টিকৰ পদাৰ্থৰ শোষণ ক্ষমতা বৃদ্ধি কৰে। মাতৃৰ গাখীৰৰ প্ৰাকৃতিক আৰু বিশুদ্ধতম সমতুল্য বুলি গণ্য কৰা ল’ৰিক এচিড সংযুক্ত থাকে ইয়াত। এই ক’ল্ড-প্ৰেছড তেলে ৰাসায়নিক শোধনৰ পৰা মুক্ত হৈ নিজৰ প্ৰাকৃতিক ৰং আৰু সতেজ তামোলৰ গোন্ধ ধৰি ৰাখে। উচ্চমানৰ জৈৱিক নাৰিকলৰ পৰা আহৰণ কৰা নিউট্ৰিপ্লাছ ভিচিঅ' হৈছে এক বহুমুখী ছুপাৰফুড, যি ইয়াৰ সুগন্ধি, সোৱাদ আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ সৈতে আপোনাৰ স্বাস্থ্য আৰু সুস্থতাৰ ৰুটিন উন্নত কৰিবৰ বাবে অতি উত্তম।
বিভিন্ন ধৰণে নিউট্ৰিপ্লাছ ভাৰ্জিন কক’নাট অইল ব্যৱহাৰ কৰি আপোনাৰ খাদ্য প্ৰণালী উন্নত কৰক: ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰক,বিপাকীয় ক্ৰিয়াউন্নত কৰিবলৈ পৰিপূৰক হিচাপে পোনপটীয়াকৈ এচামুচ খাওক, বা অতিৰিক্ত স্বাস্থ্য উপকাৰীতাৰ বাবে ইয়াক চিকিৎসামূলক তেল হিচাপে ব্যৱহাৰ কৰক। নিউট্ৰিপ্লাছ ভাৰ্জিন কক’নাট অইলৰ বিষয়ে অধিক জানিবলৈ কিউ নেট ইণ্ডিয়া ছাইট চাওক: https://www.qnetindia.in/nutriplus-virgin-coconut-oil-vco/
এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত, আপোনাৰ সুস্থতা অনুশীলনত নিউট্ৰিপ্লাছ মন’ফ্ল'ৰেল মৌ আৰু নিউট্ৰিপ্লাছ ভাৰ্জিন কক’নাট অইল অন্তৰ্ভুক্ত কৰাৰ কথা চিন্তা কৰক। এই সামগ্ৰীসমূহে যোগাসন আৰু সামগ্ৰিক কল্যানৰ নীতিৰ সৈতে খাপ খাই আপোনাৰ শাৰীৰিক জীৱনীশক্তি আৰু আভ্যন্তৰীণ সমন্বয়ৰ দিশৰ যাত্ৰাক সমৰ্থন কৰিবলৈ সক্ষম।
No comments:
Post a Comment