কেন্ছলৈ প্ৰথম জন অসমীয়া মে'কআপ আৰ্টিষ্ট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 22 May 2024

কেন্ছলৈ প্ৰথম জন অসমীয়া মে'কআপ আৰ্টিষ্ট


 


W7s news,,গুৱাহাটী, ২২মে': যোৱা  ১৪ মে'ৰ পৰা অনুষ্ঠিত হোৱা ৭৬ সংখ্যক  কেন্ছ চলচিত্ৰ মহোৎসৱত উপস্থিত থাকি নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে চেলিব্ৰেটী মে'কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট বিজয়জিৎ শইকীয়াই ।  ৰাজ্য খনলৈ এই গৌৰৱ কঢ়িয়াই অনা তেওঁ প্ৰথম জন অসমীয়া মে'কআপ আৰ্টিষ্ট। মহোৎসৱটোলৈ আমন্ত্ৰিত হোৱা কুইন অৱ দ্যা ওৱৰ্ল্ড - ইণ্ডিয়াৰ চিইঅ' উৰ্মিলা বৰুৱা আৰু ২০২৩-২৪ৰ 'মিছেছ ইণ্ডিয়া'ৰ খিতাপ ধাৰী তথা 'কুইন অৱ দ্যা ওৱৰ্ল্ড - ইণ্ডিয়া'ৰ বিজয়ী প্ৰিয়া ছেগীৰ মে'কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট হিচাপে  বিজয়জিতে এই মহোৎসৱলৈ যোৱাৰ সুযোগ লাভ কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here