জেআাইচি ইন্টানেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 18 May 2024

জেআাইচি ইন্টানেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা

 




 W7s news গুৱাহাটী : শনিবাৰ জিআাইচি ইন্টানেচলেন মেঘা ইভেন মহিলা সমিতিৰ উদ্যোগত উদ্যোক্তা ৰস্মি পেৰিয়াল সহযোগত  আঠগাঁৱৰএপি হোমত    কাপোৰ আৰু গোল্ডৰ মেলা এদিনৰ কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ শুভদ্ধোন কৰে গুৱাহাটী পৌৰনিগৰ ১৮ নং ৱাৰ্ডৰ পাৰিষদ শকংৰ চক্ৰৱৰ্তীয়ে  উক্তমেলাৰ কাৰ্যসূচীত প্ৰাই ৩৫ খনৰো অধিক  মহিলা ষ্টল অংশ গ্ৰহন কৰে ৷ ষ্টলসমুহত প্ৰাই তিনিলাখৰো  অধিক টকাৰ বিক্ৰি হয় বুলি জে আইচি ইন্টাৰনেচলেনৰ উদ্যোক্তা ৰস্মি  পেৰিয়ালে জানিবলৈ দিয়ে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here