জিএনআৰচি হাস্পতালৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় বসন্তকালীন চিএমই সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 7 April 2024

জিএনআৰচি হাস্পতালৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় বসন্তকালীন চিএমই সম্পন্ন

 


W7s news গুৱাহাটী: জিএনআৰচি হাস্পতালৰ উদ্যোগত শনিবাৰে  অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বসন্তকালীন চিএমই (অবিৰত চিকিৎসা শিক্ষা কার্যসূচী) ২০২৪ সফলতাৰে সম্পন্ন হয়।এই চি এম ই ত ২০০ ৰো অধিক চিকিৎসকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।এ এছ আই (এছ'চিয়েছন অৱ ছার্জনছ অৱ ইণ্ডিয়া) ৰ অসম অধ্যায়ৰ সহযোগত এই চিএমই আয়োজন কৰা হয়।

ছিংগাপুৰ জেনেৰেল হাস্পতাল আৰু ভাৰতৰ বিশিষ্ট চিকিৎসকসকলে এই অনুষ্ঠানৰ শোভা বঢ়ায়।গুৱাহাটীৰ  ভিভান্টা হোটেলত অনুষ্ঠিত এই চি এম ইত মুখ্য অতিথি হিচাপে ছিংগাপুৰ জেনেৰেল হাস্পতালৰ জ্যেষ্ঠ হেপাট-বিলিয়েৰী ছাৰ্জন, ডাঃ লণ্ডন অই, 

সন্মানীয় অতিথি হিচাপে ছিং হেল্থ, ছিংগাপুৰৰ 

গ্রুপ চীফ অব নাৰ্ছিং অধ্যাপক ট্ৰেচী এইৰ, 

ইণ্টাৰনেচনেল কলাব 'ৰেশ্বন অফিচৰ (প্র'গ্রাম ডেভেলপমেন্ট) জ্যেষ্ঠ সঞ্চালক বিজয়া ৰাও, ছিং হেল্থৰ গ্ল’বেল হেল্থ ছিক্সথ প্ৰগ্ৰেমৰ জ্যেষ্ঠ সম্পাদিকা  কাই চিন আৰু বক্তা হিচাপে

 অধ্যাপক সুভাষ খান্না,কল 'বেক্টেল ছার্জন, লেপাৰ'স্ক'পিক ছার্জন, ব'ব'টিক ছার্জন, চেন্নাইৰ

ডাঃ পিনাক দাসগুপ্ত,অধ্যাপক মনোজ কুমাৰ চৌধুৰী,ডাঃ দেৱর্ষি শৰ্মা,ডাঃ এইচ এ মজিদ,

 ডাঃ ছাইদুল ইছলাম,ডাঃ জয়ন্ত দাস,লেপাৰ'স্ক'পিক আৰু মিনিমেলী ইনভেচিভ ছাৰ্জাৰী, জিএনআৰচি হাস্পতালৰ মুখ্য পৰামৰ্শদাতা,সাংগঠনিক সম্পাদক-ডাঃ নিপাংক গোস্বামী আৰু


জিএনআৰচি হাস্পতালৰ অধ্যক্ষ ডাঃ নোমল চন্দ্ৰ বৰাও অনুষ্ঠানটিত উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here