সম্পাদক ৰাজু সাহানীৰ নেতৃত্বত আন্তজাৰ্তিক নাৰীদিৱসৰ সৈতে সংগতি ৰাখি এই বিশেষ কাৰ্যসূচী ৰূপায়ন কৰে।
অনুষ্ঠানত পানবজাৰ থানাৰ কৰ্মৰত নাৰী সকলৰ লগতে পল্টন বজাৰ থানাৰ মহিলা আৰক্ষী, লটাশিল থানাৰ মহিলা আৰক্ষী সকলক আনুষ্ঠানিক ভাৱে ফুলাম গামোছা, জাপি, উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত পানবজাৰ মহিলা আৰক্ষী বিষয়া টিংকল গোস্বামী, সহ আৰক্ষী বিষয়া বৰষা বৰগোহাঁই উপস্থিত থকাৰ উপৰিও সাহানী কাৱাৰিয়া এনজিঅ'ৰ সভাপতি ৰাজকুমাৰ কনৱাৰ, সম্পাদক ৰাজু সাহানী, সদস্য কে.এন সিংহ, কিষণ জয়ছোৱাল, কনহইয়া জয়ছোৱাল, লেখক কমল কুমাৰ উপস্থিত থাকে।
No comments:
Post a Comment