পঞ্চম গপশ্বপ মিউজিক এৱাৰ্ডছ্' ত শ্ৰেষ্ঠ প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ 'হায় ঐ'* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 24 January 2024

পঞ্চম গপশ্বপ মিউজিক এৱাৰ্ডছ্' ত শ্ৰেষ্ঠ প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ 'হায় ঐ'*


 

W7s news,,,যোৱা ২০  জানুৱাৰীত গুৱাহাটীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হোৱা 'পঞ্চম গপশ্বপ মিউজিক এৱাৰ্ডছ্' ত প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ 'হায় ঐ' শীৰ্ষক   বিহু গীতটোৱে ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ বিহু গীত ৰূপে স্বীকৃতি পায়। আনহাতে, 'বাউলী মেঘালী' গীতটোৰ বাবে   প্ৰণৱে 'শ্ৰেষ্ঠ মিউজিক কম্পোজাৰ'ৰ বঁটাও লাভ কৰে। তেওঁৰ সৈতে এই শিতানত যুটীয়াভাৱে বঁটা লাভ কৰে পল্লৱ তালুকদাৰে। তেওঁৰ আন এটা গীত 'জিৰি জিৰি'ৰ বাবে কৌস্তভ শইকীয়াই 'পঞ্চম গপশ্বপ মিউজিক এৱাৰ্ডছ্'ৰ 'মিক্সিং এণ্ড মাষ্টাৰিং' শিতানত নমিনেশ্যন লাভ কৰিছিল। শেহতীয়াকৈ মুক্তি পোৱা তেওঁৰ 'অ' মইনা অ' শীৰ্ষক বিহু সুৰীয়া গীতটোৱে ইতিমধ্যে সংগীত প্ৰেমী সকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here