দুৰ্গা পূজাৰ প্ৰাক্ ক্ষণত নিৰি'ছ পার্ক ভিউ ৰেষ্টুৰেণ্ট মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 20 October 2023

দুৰ্গা পূজাৰ প্ৰাক্ ক্ষণত নিৰি'ছ পার্ক ভিউ ৰেষ্টুৰেণ্ট মুকলি


 




W7s news গুৱাহাটী: দুৰ্গা পূজাৰ প্ৰাক্ ক্ষণত গুৱাহাটীৰ নেহৰু পাৰ্কৰ সমীপত নিৰি'ছ পার্ক ভিউ ৰেষ্টুৰেণ্ট নামৰ এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট মুকলি কৰা হয়। ৰেষ্টুৰেণ্টখন মুকলি কৰি মন্ত্ৰী অতুল বৰাইকয়- প্ৰথম বাৰৰ বাবে এখন ৰেষ্টুৰেণ্ট মুকলি কৰিছোঁ। যাৰ  জৰিয়তে  সুন্দৰ অভিজ্ঞতা লাভ কৰিছোঁ। সুন্দৰ ঠাইত হৈছে  ৰেষ্টুৰেণ্টখন নিৰ্মাণ কৰা হৈছে। সমীপতে আছে কটন বিশ্ববিদ্যালয়, নেহৰু পার্ক , যি মহানগৰৰ প্ৰাণকেন্দ্ৰ । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰত এইখন নিৰ্মাণ কৰা হৈছে।এতিয়া  মহিলা সকলো দিশেতে আগবাঢ়ি গৈছে। তেওঁলোকে ৰাজ্যখনৰ সর্বাংগীন বিকাশ কৰিছে। আমি তাৰে কামনা কৰো। নাৰী সৱলীকৰণ হওঁক। নিশাংকা খাউণ্ড আনৰো আদৰ্শ হওক। ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে এনে পদক্ষেপ জৰুৰী।' অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে  জি এম ডি এৰ অধ্যক্ষ,নাৰায়ণ ডেকা, জি এম ডি এ ৰ সচিব মনালী জৈন, এ এল এণ্ড পি চিৰ অধ্যক্ষ মনোজ শইকীয়া,প্রাক্তন আৰক্ষী সঞ্চালক প্ৰধান জি এম শ্ৰীবাস্তৱ,খ্যাতি সম্পন্নসাঁতোৰবিদ এলভিছ আলী হাজৰিকা উপস্থিত থাকে।অনুষ্ঠানত অধিবক্তা, চলচ্চিত্ৰ পৰিচালনক জোনমণি দেৱী খাউণ্ডৰ দুহিতা তথা নিৰি'ছ পার্ক ভিউ ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী নিশাংকা খাউণ্ডে।আদৰণি ভাষণ দিয়ে। অনুষ্ঠানত নিশংকা খাউণ্ডৰ আইতাক লক্ষীপ্ৰভা বৰদলৈ,ইউটিউবাৰ ভূষণ পাঠক আদি উপস্থিত থাকে। অনুষ্ঠানৰ শেষত শিল্পী

সান্নিধ্য ভূঞাই গীত পৰিবেশন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here